Advertisement

Tej Hazarika, family members arrive in Guwahati, visit Samadhi Kshetra

Tej Hazarika, family members arrive in Guwahati, visit Samadhi Kshetra সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ পিছত আজি (Aug 10) অসমবাসীৰ বহু প্ৰত্যাশিত এই বঁটা হাতত লৈ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয় ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা। দিল্লীত তেজ হাজৰিকাই পিতৃৰ হৈ ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰাৰ পিছত আজি পৰিয়ালসহ গুৱাহাটীত উপস্থিত হয় তেওঁ। ভূপেনদালৈ আগবঢ়োৱা এই সন্মানৰ বাবে তেজ হাজৰিকাই প্ৰধানমন্ত্ৰী প্ৰমুখ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Bhupen Hazarika,Bharat Ratna Bhupen Hazarika,Tej Hazarika,Bhupen Hazarika Samadhi Kshetra,Assam News,Guwahati News,Assam,

Post a Comment

0 Comments